LIST OF DRUGS BANNED FOR MARKETING IN INDIA
ভাৰতৰ বজাৰত নিষিদ্ধ ঔষধবোৰৰ কেইবিধমান
The Government of India vide
notifications published in the Gazette of India vide G.S.R. No. 578 (E) dated
23/07/1983 and subsequent amendments, made under Section 26 A of Drugs and
Cosmetics Act, 1940 has prohibited the manufacture, sale and distribution of
the following categories.
তলত উল্লেখ কৰা ঔষধবোৰ ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে। ভাৰত চৰকাৰৰ গেজেটত প্ৰকাশ পোৱা এক জাননী (G.S.R. No. 578 (E)
dated 23/07/1983) যোগে ঔষধ আৰু প্ৰসাধন আইন, ৰ
১৯৪০ অধীনত ২৩ জুলাই ১৯৮৩ ত প্ৰথম ঔষধৰ বিক্ৰী, প্ৰস্তুত আৰু বিতৰণ নিষিদ্ধ কৰে। ইয়াৰ
পাছত আনুসাংগিক সংশোধনেৰে বৰ্তমানলৈকে ৮০ বিধ বুনিয়াদী ঔষধ নিষিদ্ধ কৰে। এই ঔষধবোৰ
বুনিয়াদী নামত উল্লেখ কৰা হ’ল। বুনিয়াদী নাম আৰু তাৰ পৰিমাণ প্ৰত্যেক ঔষধৰ ওপৰৰ আৱৰণী
বা বটলৰ ওপৰত থকা লেবেলত লিখা থাকে। জাননীৰ বিপৰীতে নিষিদ্ধ কৰা ঔষধবোৰৰ তালিকা দিয়া হ’ল। জাননী জাৰি কৰা দিনৰ পৰা এইবোৰ নিষিদ্ধ কৰা হৈছে:
জাননী : G.S.R. No. 999 (E) dt 26-12-1990
28. Fixed dose combinations of Sedatives/ hypnotics/anxiolytics with analgesics-antipyretics.

২৮)
বেদনানাশক আৰু জ্বৰ কমোৱা ঔষধৰ লগত নিৰ্দিষ্ট মাত্ৰাত
প্ৰশান্তিদায়ক/আৱেশকাৰী/ ঔষধৰ মিশ্ৰণ:
একেবাৰে অযুক্তিকৰ মিশ্ৰণ। বেদনানাশক
আৰু জ্বৰ কমোৱা ঔষধৰ লগত এনেবোৰ মিশ্ৰণে ৰোগীৰ অত্যাধিক টোপনীৰ ভাৱ আনিব পাৰেএ ত্টষটা
অতি মাৰাত্মক হবগৈ পাৰে।
29. Fixed dose combinations of Pyrazinamide, other
anti-tubercular drugs except combination of Pyrazinamide with Rifampicin and
INH per recommended daily dose given below:
Drugs Minimum Maximum
Rifampicin 450 mg 600 mg
INH 300 mg 400 mg
Pyrazinamide 1000mg 1500 mg
Drugs Minimum Maximum
Rifampicin 450 mg 600 mg
INH 300 mg 400 mg
Pyrazinamide 1000mg 1500 mg
২৯)
প্ৰতিদিনে ব্যৱহাৰৰ বাবে পাইৰাজাইনোমাইডৰ লগত ৰিফামপিচিন আৰু আইএনএইছ (INH) ৰ
মিশ্ৰণ তলত উল্লেখ কৰা পৰিমাণৰ বাহিৰে পাইৰাজাইনোমাইডৰ লগত আন যক্ষ্মাবিৰোধী ঔষধৰ
নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
ঔষধ
|
নিম্নতম
|
উচ্চতম
|
ৰিফামপিচিন
|
৪৫০
মিলিগ্ৰাম
|
৪০০
মিলিগ্ৰাম
|
আইএনএইছ (INH)
|
৩০০
মিলিগ্ৰাম
|
৪০০
মিলিগ্ৰাম
|
পাইৰাজাইনোমাইডৰ
|
১০০০
মিলিগ্ৰাম
|
১৫০০
মিলিগ্ৰাম
|
30. Fixed dose combination of Histamine H-2 receptor antagonists with antacids except for those combinations approved by Drugs Controller,
৩০)
ভাৰত চৰকাৰৰ ঔষধ নিয়ন্ত্ৰকে অনুমোদন কৰা মিশ্ৰণৰ বাহিৰে অম্লনাশকৰ লগত কোনো ধৰণৰ
এলাৰ্জীবিৰোধী এইছ-২ ৰিচিপেটৰ এন্টাগোনিষ্টৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ: এইছ-২
ৰিচিপেটৰ এন্টাগোনিষ্টে পাকস্থলীত থকা এচিডৰ পৰিমাণ কমাই দিয়ে। ইয়াৰ লগত বেলেগ
অম্লনাশক ব্যৱহাৰৰ প্ৰয়োজন নাই।
31. The patent and proprietary medicines of fixed dose combinations of essential oils with alcohol having percentage higher than 20% proof except preparations given in the Indian Pharmacopoeia.

৩১)ইণ্ডিয়ান
ফাৰমাক’পিয়াত
উল্লেখ থকা মিশ্ৰণৰ বাহিৰে কোনো ধৰণৰ অত্যাৱশ্যকীয় তেলৰ লগত ২০ শতাংশ প্ৰুফতকৈ
অধিক পৰিমাণৰ এলকহলৰ মিশ্ৰণঃ
32. All Pharmaceutical preparations containing Chloroform exceeding 0.5% w/w or v/v whichever is appropriate.
৩২) ০.৫ শতাংশ w/w আৰু v/v তকৈ অধিক পৰিমাণত ক্লৰ’ফম থকা সকলো ধৰণৰ ঔষধীয় দ্ৰব্যঃ

জাননী : G.S.R. No. 69 (E) dt 11-02-1991
33. Fixed dose combination of Ethambutol with INH other than the following: INH Ethambutol 200 mg. 600 mg. 300 mg. 800 mg.

৩৩)ইথামবুটল আৰু আই এন এইছৰ মিশ্ৰণ: প্ৰায় সকলোবোৰ ৰোগ
আৰু ঔষধৰ দৰেই যক্ষ্মাৰোগৰ বাবে ইথামবুটল আৰু আই এন এইছ অতি প্ৰয়োজনীয় ঔষধ। ইয়াৰ
ব্যৱহাৰৰ ক্ষেত্ৰত ৰোগীৰ বাবে প্ৰকৃততে যিমান ঔষধৰ প্ৰয়োজন-সিমানহে দিব লাগে।
এনেবোৰ ঔষধৰ মাত্ৰা আৰু পৰিমাণ নিৰ্দিষ্ট কৰা হয়- ৰোগীৰ শৰীৰৰ ওজনৰ ওপৰত নিৰ্ভৰ
কৰি। তদুপৰি মাত্ৰা নিৰ্ণয় কৰা হয় ৰোগীৰ ৰোগৰ গভীৰতাৰ ওপৰত। এই পৰিমাণ আৰু মাত্ৰাৰ
অলপ হেৰ’ফেৰ হ’লেই
দিগদাৰী। বিশেষকৈ যক্ষ্মাৰোগৰ ক্ষেত্ৰত নিৰ্দিষ্ট ৰোগীৰ বাবে প্ৰয়োজনীয় ঔষধৰ
অলপমান কম মাত্ৰাৰ হ’লেই ঔষধে কাম নিদিয়ে আৰু বেছি হ’লেই ৰোগীৰ পক্ষে মাৰাত্মক ক্ষতিকাৰক হয়। গতিকেই উক্ত দুইবিধ ঔষধৰ মিশ্ৰণ
হিচাপে বিক্ৰী কৰাটো অবৈজ্ঞানিক। কাৰণ, প্ৰত্যেকজন ৰোগীৰ বাবে এই দুয়োবিধ ঔষধ
প্ৰয়োজন অনুসৰি একেলগে পোৱাটো সম্ভৱ নহয়। গতিকেই চৰকাৰে গঠন কৰি দিয়া এক বিশেষ
বিশেষজ্ঞ কমিটিয়ে এনে মিশ্ৰণ বাতিল কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল। পিছত
চৰকাৰে কেৱল বিশেষ দুই মাত্ৰাত মিশ্ৰণৰ বাহিৰে আনবোৰ নিষিদ্ধ বুলি ঘোষণা কৰিলে। চৰকাৰীভাৱে
স্বীকৃত এই মাত্ৰা দুটা হ’ল:
১) আই এন এইছ ২০০
মিলিগ্ৰামৰ লগত ইথামবুটল ৬০০ মিলিগ্ৰাম
২) আই এন এইছ ৩০০
মিলিগ্ৰামৰ লগত ইথামবুটল ৮০০ মিলিগ্ৰাম
34. Fixed dose combination containing more than one
antihistamine.
৩৪)একাধিক এণ্টি হিষ্টামিন ঔষধৰ মিশ্ৰণ: মানৱ দেহত হোৱা সকলোবোৰ এলাৰ্জি জাতীয় ৰোগৰ নিৰাময়ৰ বাবে প্ৰায় ১৫ বিধমান এণ্টি-হিষ্টামিন পৃথক পৃথক এলাৰ্জিৰ বাবে প্ৰয়োজন হয়। এই সকলোবোৰৰ কাৰ্য্যদক্ষতা আৰু কাৰ্য্যপ্ৰণালী একে যদিও পৃথক পৃথক এলাৰ্জিৰ বাবে ইয়াৰ ব্যৱহাৰ বিধি আৰু মাত্ৰাৰ পাৰ্থক্য কিছু থাকে। ঔষধ কোম্পানীবোৰে নিজৰ এণ্টিহিষ্টামিন জাতীয় ঔষধটো বেছি কাৰ্য্যক্ষম বুলি ক’বলৈ গৈ অবৈজ্ঞানিকভাৱে একাধিক এণ্টিহিষ্টামিনৰ মিশ্ৰ ঔষধ বিক্ৰী কৰে। এইয়া অযুক্তিকৰ। ইয়াৰ পৰা ৰোগীৰ কোনো লাভ নহয়। বৰং বেছি ধন খৰছ কৰাৰ উপৰিও এই ঔষধৰ পাৰ্শ্ব ক্ৰিয়াই আৰু ভয়াবহভাৱে ক্ষতি কৰে। বজাৰত এনে ঔষধ আজিও চলি আছে।

35. Fixed dose combination of anthelmintic with
cathartic/purgative except for piperazine.
৩৫)
36. Fixed dose combination of Salbutamol or any other bronchodilator with centrally acting anti-tussive and/or antihistamine.

৩৬)
চালবুটাম’লৰ লগত
বা কঁফ উলিওৱা ঔষধৰ লগত কেন্দ্ৰীয়ভাৱে কাৰ্য্যকৰা কাঁহবিৰোধী আৰু/বা এলাৰ্জীবিৰোধী
ঔষধৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ: চালবুটাম’লে
হাওঁফাওঁৰ কোমল পেশীসমূহ নমনীয় কৰি তোলে আৰু ইয়াৰ ফলত উশাহ লোৱাত সুবিধা হয়।
হাপাঁনি, একেলেথাৰিয়ে হোৱা ব্ৰংকাইটিছ আদি ৰোগ নিৰাময়ৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।
কাঁহবিৰোধী আৰু/বা এলাৰ্জীবিৰোধী ঔষধৰ লগত ইয়াৰ ব্যৱহাৰ বিজ্ঞানসন্মত নহয়। কিয়নো
তিনিওবিধ ঔষধৰ কাম বেলেগ বেলেগ।
37. Fixed dose combination of laxatives and/or anti-spasmodic drugs in enzyme preparations.

৩৭)
38. Fixed dose combination of Metoclopramide with systemically absorbed drugs except fixed dose combination of metoclopramide with aspirin/paracetamol

৩৮)
মেট্ৰোক্ল’প্ৰামাইডৰ
লগত এচপিৰিন/পেৰাচিটাম’লৰ
মিশ্ৰণৰ বাহিৰে শৰীৰতাত্বিকভাৱে শোষিত হোৱা ঔষধৰ লগত নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ:
জাননী G.S.R. No. 395 (E) dt 19-05-1999
39. Fixed dose combination of centrally acting, antitussive with antihistamine, having atropine like activity in expectorants.
৩৯) কাঁহৰ ঔষধ হিচাপে ব্যৱহূত ঔষধত কাঁহ ৰোধক আৰু এলাৰ্জী ৰোধক ঔষধৰ মিশ্ৰণ (Fixed dose combinations of centrally acting anti-tussiue with antihistamine having high atropine like activity in expectorant): কোনো ৰোগৰ বাহ্যিক প্ৰকাশ তথা অভ্যন্তৰত জমা হোৱা কফ জাতীয় অলাগতিয়াল পদাৰ্থবোৰ উলিয়াই পেলাবলৈ শৰীৰৰ স্বয়ংক্ৰিয় ব্যৱস্থা হিচাপে কাঁহ হয়। এই কাঁহ দেহৰ ভালৰ বাবে প্ৰয়োজনীয়। কিন্তু হাৰ্ট এটেক, হাৰ্নিয়া, চকুৰ অস্ত্ৰোপচাৰ আদিৰ পিচত কাঁহ হোৱাটো বিপদজনক। সেইবাবে এনেবোৰ ক্ষেত্ৰত কাঁহ ৰোধ কৰিব লগা হয়। ইয়াৰ বাবে ঔষধ ব্যৱহাৰ কৰিব পাৰি। আনহাতে এক্সপেক্টৰেন্টৰ কাম হ’ল- জমা হৈ থকা কফবোৰ পাতল কৰি বাহিৰলৈ ওলাই অহাত সুবিধা কৰি দিয়া। দুয়োবিধ দ্ৰব্যৰে কাম পৃথক। কিন্তু সাধাৰণ ৰাইজৰ অজ্ঞতাৰ সুযোগলৈ বেপাৰীবোৰে কাঁহৰ লগত জড়িত সকলবোৰ দৰব একেলগ কৰি-দাম বেছি কৰি বিক্ৰী কৰে। এয়া অবৈজ্ঞানিক। কাৰণ-এটা দ্ৰব্যই যদি কাঁহ বন্ধ কৰে, এটাই কফ পাতল কৰে-তেন্তে নিৰাময়ৰ কোনো দিশেই পোৱা নাযায়। কফ জমা হ’লে কেতিয়াবা বিজাণুৰ আক্ৰমণ হয়। এলাৰ্জীও হব পাৰে। গতিকে এনেবোৰ ঔষধৰ সতে এলাৰ্জীবিৰোধী দ্ৰব্যও মিহলোৱা হয়। কিন্তু যি ক্ষেত্ৰত কফ তৰল বাহিৰলৈ উলিওৱাৰ বাবে ঔষধ ব্যৱহাৰ কৰা হয়। তাত কাঁহ ৰোধক আৰু এলাৰ্জীবিৰোধী দ্ৰব্যৰ প্ৰয়োজন ক’ত? অকল এই দ্ৰব্যই নহয়-আৰু বহু দ্ৰব্যৰ লগতে বেছি মাত্ৰাত এলকহলো এইবোৰ ঔষধত মিহলোৱা হয়- যাতে কাঁহৰ বাবে ব্যৱহাৰ নকৰিলেও-মাদক দ্ৰব্য হিচাপে এইবোৰ ব্যৱহাৰ কৰিব পাৰি!-তেনে ব্যৱহাৰেই অধিক হয় আজিকালি।- সি যি কি নহওক, চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলেও এই ঔষধ আজিও বজাৰত চলি আছে। নজনাসকলে এই ঔষধ খাই নানা ধৰণৰ পাৰ্শ্বক্ৰিয়াত লটিঘটি হয়: যেনে, অৱশ লগা, মূৰঘূৰণি, প্ৰস্ৰাৱ খোলোচাকৈ নোহোৱা, বমি হোৱা, টোপনি ধৰা আৰু দৃষ্টি শক্তি হ্ৰাস হোৱাৰ দৰে ৰোগবোৰ সাৱটি লোৱাৰ উপৰিও এলকহলৰ প্ৰতাপত আসক্ত হৈ পৰে। জনাসকলেও কেৱল মাদক দ্ৰব্যৰ মাদকতা অনুভৱৰ বাবেই এই দ্ৰব্য ব্যৱহাৰ কৰি আছে। সচেতন ৰাইজে জানি থওঁক-ডেকষ্ট্ৰমেথৰফাণ, কোডিন, নছকাপিন আদিবোৰ হ’ল-কাঁহ ৰোধক দ্ৰব্য। আৰু এমনিয়া বাইকাৰ্বনেট; বাইক্লৰাইড, ইপিকেক টিনছাৰ আদিবোৰ হ’ল- কফ তৰল কৰা দ্ৰব্য। দুয়োবিধ একেলগে গ্ৰহণ কৰাতো কেৱল মুৰ্খামীয়েই নহয়, দেহৰ বাবে প্ৰচণ্ড ক্ষতিকাৰকো!

40. Preparations claiming to combat cough associated with asthma
containing centrally acting antitussive and/ or an antihistamine.
৪০)
৪০)
41. Liquid oral tonic preparations
containing glycerophosphates and/or other phosphates and / or central nervous system
stimulant and such preparations containing alcohol more than 20% proof.
৪১) টনিক সম্বন্ধীয় নিষেধাজ্ঞা (Liguid oral tonic Containing glycerophosphats, any other phosphates, Central nervous system stimulant and alcohol more than 200 proof): আগতেই উল্লেখ কৰা হৈছে যে টনিক বস্তুটোৱেই এটা অন্ধবিশ্বাস মাথো। প্ৰকৃততে টনিকৰ বিশেষ কোনো প্ৰয়োজন নাই। কিন্তু টনিকৰ ওপৰত বিশ্বাস ৰখাসকলেই চিন্তা কৰি চাওঁক-যি টনিক শৰীৰৰ উন্নয়নৰ বাবেই গ্ৰহণ কৰে সেই টনিকেই আজি দেহৰ বাবে ক্ষতিকাৰক হোৱা বাবে নিষিদ্ধ কৰা হৈছে। গ্লিচাৰ’ফচফেট বা আন কোনো ফচফেট জাতীয় দ্ৰব্য মিহলি টনিকে মানৱ দেহত ভয়াবহ ক্ষতি কৰাটোৰ প্ৰতি লক্ষ্য কৰি এই মিশ্ৰণ নিষিদ্ধ কৰা হৈছে। টনিকত কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ উত্তেজিত কৰা দ্ৰব্য মিহলি কৰাটোও নিষিদ্ধ কৰা হৈছে। কাৰণ এই দ্ৰব্যই আসক্ত কৰাৰ উপৰিও স্নায়ুতন্ত্ৰৰ ওপৰত চিৰস্থায়ী মাৰাত্মক ক্ষতিকাৰক প্ৰভাৱ পেলায়। এই দ্ৰব্যবোৰৰ ভিতৰত লেপ্তাজল, কেফেইন, ষ্টিকনিন আদি ধৰণৰ কেন্দ্ৰীয় স্নায়ু উত্তেজক ক্ষতিকাৰক পদাৰ্থ মিশ্ৰিত কৰা টনিক বৰ্তমান নিষিদ্ধ কৰা হৈছে। আনহাতে টনিকত কোনো উপাদানৰ দ্ৰাৱক হিচাপেহে এলক’হল ব্যৱহাৰ কৰিব পাৰে আৰু সেয়াই কৰা হয় বুলি ঔষধ কোম্পানীবোৰে কয় যদিও আজিকালি টনিকবোৰ নিচাসক্তসকলে মাদকদ্ৰব্যৰ বিপৰীতেহে যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে বেছি পৰিমাণত এলকহল মিহলাই কোম্পানীবোৰে বিক্ৰী কৰে। ফলত আজিকালি বেছিভাগ টনিকেই নিচাসক্তসকলে মদৰ বিপৰীতে ব্যৱহাৰো কৰে। যদিও চৰকাৰে টনিকত এক নিৰাপদ (!) পৰিমাণৰ (২০০ প্ৰুফ) এলকহল ব্যৱহাৰৰ বাহিৰে আন পৰিমাণ নিষিদ্ধ কৰিছে-তথাপিও এই টনিক সম্পৰ্কীয় সকলো নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই কোম্পানীবোৰে আজিও বজাৰত এনে টনিক বিক্ৰী কৰি আছে।

42. Fixed dose combination containing Pectin and/or Kaolin with any drug which is systemically absorbed from GI tract except for combination of Pectin and/or Kaolin with drugs not systemically absorbed.

৪২) শৰীৰতাত্বিকভাৱে শোষণ নকৰা ঔষধৰ লগত
পেকটিন আৰু/বা কাউলিনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণৰ বাহিৰে শৰীৰতাত্বিকভাৱে জিআই
ট্ৰেক ত শোষণ কৰা ঔষধৰ লগত পেকটিন আৰু/বা কাউলিনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ: এই
দুইবিধ ঔষধে ডায়েৰিয়াৰ চিকিত্সাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ লগত আন ঔষধৰ মিশ্ৰণ
অবৈজ্ঞানিক।
জাননী :G.S.R. No. 304 (E) dt07-06-1991
43. Chloral Hydrate as a drug.
জাননী :G.S.R. No. 304 (E) dt
43. Chloral Hydrate as a drug.
৪৩)ঔষধ হিচাপে ক’ৰেল হাইড্ৰেটৰ ব্যৱহাৰ: অতি
কম সময়ৰ নিদ্ৰাহীনতাৰ চিকিত্সাৰ ক্ষেত্ৰত হৰ্ষম্যাদৰ বাবে (দুসপ্তাহতকৈ কম)ক’ৰেল হাইড্ৰেট চিকিত্সা কৰা
হৈছিল। এই ঔষধে মগজুৰ কিছুমান অংশত প্ৰভাৱ পেলায় শৰীৰৰ অংশবিলাকক নিষ্ক্ৰিয় কৰি
তোলে। বিভিন্ন ধৰণৰ অপাৰেছন আদিৰ পিছত বেদনাদায়ক অৱস্থা কমাবলৈ এই দ্ৰব্য ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ব্যৱহাৰৰ ফলত ভয়াৱহ টোপনীৰ ভাৱ ৰাতিপুৱা
সাৰ পাওঁতে অসুবিধা, বমি, মূৰ-ঘূৰণি, পেটৰ বিষ আদি পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা
যায়। কিছুমানৰ ক্ষেত্ৰত মানসিক সমস্যা যেনে, হতাশাজনকভাৱ আদিও সৃষ্টি কৰে।
জাননী :G.S.R. No. 612 (E) dt09-08-1994
44. Dovers Powder I.P.
জাননী :G.S.R. No. 612 (E) dt
44. Dovers Powder I.P.
৪৪) ডোভাৰছ পাউদাৰ
45. Dover 's Powder Tablets I.P.
৪৫) ডোভাৰছ
পাউদাৰ বড়ি: ১৮ শ শতিকাত ইংৰাজ চিকিত্সক টমাছ ডোভাৰে এই পাউদাৰবিধ তৈয়াৰ কৰিছিল। এই দ্ৰৱ্যবিধ কানি/আফিঙৰ পৰা তৈয়াৰ কৰা হৈছিল। অতীতত ইয়াক চৰ্দিৰ
ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল।
জাননী :G.S.R. No. 731 (E) dt 30-09-1994
46. Antidiarrhoeal formulations
containing Kaolin or Pectin or Attapulgite or Activated Charcoal.
৪৬) ডায়েৰিয়াৰোধক ঔষধৰ লগত কাউলিন বা পেকটিন
বা অট্টাপুলগিত বা সক্ৰিয় কয়লাৰ মিশ্ৰণ: এই চাৰিবিধ দ্ৰৱ্য ডায়েৰিয়াৰ চিকিত্সাৰ
বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ প্ৰতিটোৰে যথেষ্ট পাৰ্শ্বক্ৰিয়া দেখা পোৱাৰ পিছত এই ঔষধবোৰ
নিষিদ্ধ কৰা হ’ল।
কাউলিন ব্যৱহাৰ কৰাৰ ফলত পেট পাক মাৰি ধৰা, জ্বৰ উঠা আদিৰ উপৰিও ডায়েৰিয়াৰ
ক্ষেত্ৰত ইয়াৰ কাৰ্য্যকৰীতা কম। আনহাতে, অট্টাপুলগিত ব্যৱহাৰৰ ফলত কোষ্ঠকাঠিন্যতা,
জ্বৰ, শৌচৰ লগত তেজ আৰু শাঁও পৰা আদি পাৰ্শ্বক্ৰিয়া দেখা যায়। বহুতৰে মুখ-জিভা,
ডিঙি আদিত খজুৱতি আৰু ভিষণভাৱে টোপনীৰ ভাৱ অহা, উশাহ লওঁতে কষ্ট পোৱা আদি
পাৰ্শ্বক্ৰিয়া প্ৰমানিত হৈছে।
47. Antidiarrhoeal formulations containing Phthalyl
Sulphathiazole or Sulphaguanidine or Succinyl Sulphathiazole.
৪৭)
48. Antidiarrhoeal formulations containing Neomycin or Streptomycin or Dihydrostreptomycin including their respective salts or esters.

৪৮)ডায়েৰিয়াৰোধক ঔষধৰ লগত নিউমাইচিন বা
ষ্ট্ৰেপ্ট’মাইচিন
বা ডিহাইড্ৰ’ষ্ট্ৰেপ্ট’মাইচিন আৰু এইসমূহৰ সংশ্লিষ্ট
লৱণ আৰু ভেকুৰৰ মিশ্ৰণ: নিউমাইচিন ছাঁলৰ সংক্ৰমণৰ চিকিত্সাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা
হয়।
49. Liquid Oral antidiarrhoeals or any other dosage form for pediatric use containing Diphenoxylate or Atropine or Belladona including their salts or esters or metabolites Hyoscyamine or their extracts or their alkaloids.

৪৯) শিশুৰ ডায়েৰিয়াৰোধৰ বাবে ব্যৱহূত ঔষধৰ
লগত ডাইফেন’ক্সিলেট
বা এট্ৰোপিন বা বেলাডোনা আৰু এইসমূহৰ সংশ্লিষ্ট লৱণ আৰু ভেকুৰ বা মেটাবলাইট মিশ্ৰণ
হাইয়োছচায়ামিন বা এইবোৰৰ সাহ বা এইবোৰৰ খাৰ:
50. Liquid Oral antidiarrhoeals or any other dosage form for pediatric use containing halogenated hydroxyquinolines.

৫০)
51. Fixed dose combination of antidiarrhoeals with electrolytes.

৫১) ডায়েৰিয়াৰোধকৰ লগত ইলেক্ট্ৰ’লাইটৰ নিৰ্দিষ্ট পৰিমাণৰ
মিশ্ৰণ:
জাননী :G.S.R. No. 57 (E) dt 07-02-1995
52. Patent and Proprietary Oral Rehydration Salts other than those conforming to the following parameters:
(a) Patent and Proprietary Oral Rehydration Salts on reconstitution to one litre shall contain:- Sodium - 50 to 90 millimoles. Total osmolarity - 240 - 290 milli osmoles. Dextrose : Sodium molar ratio - Not less than 1:1 and not more than 3:1
(b) Patent and Proprietary cereal based Oral Rehydration Salts on reconstitution to one litre shall contain :- Total osmolarity - Not more than 2900 milli osmoles. Precooked rice- Equivalent to not less than 50 gm and not more than 80 gm as total replacement of Dextrose.
(c) Patent and Proprietary Oral Rehydration Salts (ORS) may contain aminoacids in addition to Oral Rehydration Salt conforming to the parameters specified above and labeled with the indication for "Adult Choleratic Diarrhoea" only.
(d) Patent and Proprietary Oral Rehydration Salts shall not contain Mono or Polysaccharides or saccharin sweetening agent.

৫২)
জাননী :G.S.R. No. 633 (E) dt 30-09-1995, GSR
No. 123 (E) dt 11-03-1996 and GSR No. 230 (E) dt 04-06-1996
53. Fixed dose combination of Oxyphenbutazone or Phenylbutazone with any other drug.

৫৩) অক্সিফেনবুটাজ’ন বা ফেনাইলবুটাজ’নৰ লগত আন ঔষধৰ নিৰ্দিষ্ট
পৰিমাণৰ মিশ্ৰণ
: এই দুবিধ ঔষধে বিষ আৰু উখহি উঠা আৰু জ্বৰ কমাই তোলে। গাউটৰ
ফলত হোৱা উপসৰ্গবোৰ নিৰাময় কৰিব পাৰিব পাৰে। বাতবিষৰ ফলত হোৱা উখহি উঠা আৰু ঠৰঙা
লগা আৰু আন বেদনাদায়ক অৱস্থাৰ পৰা নিৰাময় দিয়ে। এই ঔষধ চিকিত্সালয়ত চিকিত্সাধীন অৱস্থাত হে ব্যৱহাৰ
কৰিব লাগে। এই ঔষধে আন ঔষধৰ লগত মিশ্ৰিত ৰূপত থাকিলে
যকৃত, কিডনি, তেজৰ অসামঞ্জস্যতা আদি মাৰাত্মক ক্ৰিয়া ঘটাব পাৰে। এই দুয়েবিধ ঔষধ বিশ্বৰ প্ৰায়বোৰ নেশতে নিসিদ্ধ কৰা হৈছে।
জাননী :G.S.R. No. 405 (E) dt03-06-1996
54. Fixed dose combination of Analgin with any other drug.
Clarification: Fixed dose combination of Analgin with any other drug other than antispasmodics were banned by the Government of India vide G.S.R. No. 633(E), dated 13.09.1995. However, the Drug Action Forum contended before the Supreme Court that the preparations of Analgin and antispasmodics should also be banned. Dr. J.S. Bajaj, being directed by the court, submitted his report supporting these contentions.
On 17th Dec. 1996, a learned additional Solicitor submitted that the Central Government has decided that all State/U.T. Drug Licensing Authorities will be given directions by the Government under Section 33-P of the Drugs and Cosmetics Act, to suspend manufacturing licenses of all fixed dose formulations of Analgin including Analgin with Antispasmodics till further notice. Accordingly, the Government of India, under letter dated 17th Dec.1996, issued such directives. In view of the above directives, the manufacture, sale and distribution of fixed dose combinations of Analgin and antispasmodics is prohibited.
জাননী :G.S.R. No. 405 (E) dt

৫৪) এনালজিনৰ লগত আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণৰ
মিশ্ৰণঃ
55. Fixed dose combination of dextropropoxyphene with any other drug other than anti-spasmodics and/or non-steriodal anti-inflammatory drugs (NSAIDS).

৫৫)
56. Fixed dose combination of a drug, standards of which are prescribed in the Second Schedule to the said Act with an Ayurvedic, Siddha or Unani drug.

৫৬)
জাননী :G.S.R. No. 93 (E) dt25-02-1997
57. Parenteral preparations containing fixed dose combination of streptomycin with penicillins with effect from01-01-1998 .
জাননী :G.S.R. No. 93 (E) dt
57. Parenteral preparations containing fixed dose combination of streptomycin with penicillins with effect from
৫৭) ০১-০১-১৯৯৮ ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ
ষ্ট্ৰেপট’মাইচিনৰ
লগত পেনিচিলিনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ:
জাননী :G.S.R. No. 499 (E) dt14-08-1998
58. Mepacrine Hydrochloride (Quinacrine and its salts) in any dosage form for use for female sterilization or contraception.
জাননী :G.S.R. No. 499 (E) dt
58. Mepacrine Hydrochloride (Quinacrine and its salts) in any dosage form for use for female sterilization or contraception.
৫৮) মহিলাৰ বন্ধ্যাকৰণ বা গৰ্ভনিৰোধক হিচাপে
মেপাক্ৰাইন হাইড্ৰ’ক্লৰাইড
(কুইনাক্ৰাইন আৰু ইয়াৰ লৱণ) ৰ যিকোনো মাত্ৰাৰ ব্যৱহাৰ:
59. Fenfluramine and Dexfenfluramine.
59. Fenfluramine and Dexfenfluramine.
৫৯) ফেনফ্লুৰামাইন আৰু ডেক্সফেনফ্লুৰামাইন:
মেদবহুলতা কমাবলৈ আৰু শৰীৰৰ ওজন কমাবলৈ এই ঔষধ দুবিধ ব্যৱহাৰ কৰা হৈছিল। এই ঔষধে
মানৱ শৰীৰত ভোগ কমাই দিয়ে। এই ঔষধ দুবিধ ব্যৱহাৰৰ ফলত হূদযন্ত্ৰৰ কপাটিত মাৰাত্মক
ক্ষতি হোৱাটো প্ৰমাণিত হোৱাৰ পিছত এই ঔষধ ব্যৱহাৰ কৰা হয়। এই পৰীক্ষাত
আগতে হূদযন্ত্ৰৰ ৰোগ নথকা ১০০ গৰাকী মহিলাৰ ভিতৰত ৩০ গৰাকীৰে হাৰ্টৰ অসুখৰ
উপস্থিতি ধৰা পৰে।
60. Fixed dose combination of haemoglobin in any form (natural or synthetic).

৬০) প্ৰাকৃতিক বা কৃত্ৰিম হিম’গ্লবিনৰ নিৰ্দিষ্ট পৰিমাণৰ
মিশ্ৰণ:
61. Fixed dose combination of Pancreatin and Pancrelipase containing amylase, protease, and lipase with any other enzyme.

৬১)
(Both 59 & 60 added by G.S.R. 590 (E) dt. 17-8-1999.
Sr. No. 59 & 60 omitted by G.S.R. 704(E) dt. 20-10-1999.)
জাননী :G.S.R. No. 702 (E) dt20-10-1999
62. Fixed dose combination of Vitamin B1, Vitamin B6 and Vitamin B12 for human use with effect from 01-01-2001
৬২) ০১-০১-২০০১ তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ মানৱ শৰীৰত ব্যৱহাৰৰ বাবে ভিটামিন বি-১, ভিটামিন বি-৬ আৰু ভিটামিন বি-১২ ৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ
(Both 59 & 60 added by G.S.R. 590 (E) dt. 17-8-1999.
Sr. No. 59 & 60 omitted by G.S.R. 704(E) dt. 20-10-1999.)
জাননী :G.S.R. No. 702 (E) dt
62. Fixed dose combination of Vitamin B1, Vitamin B6 and Vitamin B12 for human use with effect from 01-01-2001
৬২) ০১-০১-২০০১ তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ মানৱ শৰীৰত ব্যৱহাৰৰ বাবে ভিটামিন বি-১, ভিটামিন বি-৬ আৰু ভিটামিন বি-১২ ৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণ
জাননী :G.S.R. No. 814 (E) dt 16-12-1999 (w.e.f. 01-09-2000 )
63. Fixed dose combination of haemoglobin in any form (natural or synthetic).

৬৩) প্ৰাকৃতিক
বা কৃত্ৰিম হিম’গ্লবিনৰ
নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
64. Fixed dose combination of Pancreatin and Pancrelipase containing amylase, protease and lipase with any other enzyme.

৬৪) পেনক্ৰেয়েটিন আৰু পেনক্ৰেলিপাছৰ লগত
এমাইলাছ, প্ৰটেজ আৰু লিপাছৰ লগত আন এনজাইমৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
জাননী :G.S.R. No. 169 (E) dt12-03-2001
65. Fixed dose combination of Diazepam and Diphenhydramine Hydrochloride.
জাননী :G.S.R. No. 169 (E) dt
65. Fixed dose combination of Diazepam and Diphenhydramine Hydrochloride.
৬৫) ডাইজেপাম আৰু ডাইফেনহাইড্ৰামাইন হাইড্ৰ’ক্লৰাইড্ৰৰ নিৰ্দিষ্ট পৰিমাণৰ
মিশ্ৰণঃ
জাননী :G.S.R. No. 170 (E) dt12-03-2001 (with effect from 01-01-2002 )
66. Fixed dose combination of Nitrofurantoin and trimethoprim.
জাননী :G.S.R. No. 170 (E) dt
66. Fixed dose combination of Nitrofurantoin and trimethoprim.
৬৬) নিট্ৰোফিউৰানটইন আৰু ট্ৰিমেথোপ্ৰাইমৰ
নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
67. Fixed dose combination of Phenobarbitone with any anti-asthmatic drug.

৬৭) ফেনোবাৰবিটোনৰ লগত আন এণ্টি-এস্থমেটিকৰ
নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
68. Fixed dose combination of Phenobarbitone with Hyoscin and/or Hyoscyamine.

৬৮) ফেনোবাৰবিটোনৰ লগত হাইয়োচিন
আৰু/হাইয়োছচাইমাইনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
69. Fixed dose combination of Phenobarbitone with Ergotamine and/or Belladona.

৬৯) ফেনোবাৰবিটোনৰ লগত আৰঅগোটামাইন
আৰু/বেলাডোনাৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
70. Fixed dose combination of Haloperidol with any anti-cholinergic agent including Propantheline Bromide.

৭০)হালোপেৰিডোলৰ লগত আন এণ্টি-ক’লিনাৰ্জিক নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
71. Fixed dose combination of Nalidixic Acid with any anti-amoebic including Metronidazole.

৭১) নালিডিক্সিক এচিডৰ লগত এমিবাবিৰোধীসহ
মেট্ৰোনিডাজ’লৰ
নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
72. Fixed dose combination of Loperamide Hydrochloride with Furazolidone.

৭২) লোপাৰামাইড হাইড্ৰ’ক্লৰাইডৰ লগত ফুৰাজ’লাইডোনৰ নিৰ্দিষ্ট পৰিমাণৰ
মিশ্ৰণঃ
73. Fixed dose combination of Cyproheptadine with Lysine or Peptone.

৭৩) ছাইপ্ৰোহেপাটাডিনৰ লগত লাইচিন আৰু
পেপটোনৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
জাননী : G.S.R 603 (E) dt 13-08-2001 (with effect from 01-09-2002)
74. Fixed dose combination of Metoclopramide with other drugs except combination of Metoclopramide with Aspirin/ Paracetamol with effect from1st September, 2002 .
জাননী : G.S.R 603 (E) dt 13-08-2001 (with effect from 01-09-2002)
74. Fixed dose combination of Metoclopramide with other drugs except combination of Metoclopramide with Aspirin/ Paracetamol with effect from
৭৪) ২০০২ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা কাৰ্য্যকৰী
হোৱাকৈ মেট্ৰোক্ল’প্ৰমাইডৰ
লগত এচপিৰিন/পেৰাচিটাম’লৰ
মিশ্ৰণৰ বাহিৰে আন ঔষধৰ নিৰ্দিষ্ট পৰিমাণৰ মিশ্ৰণঃ
জাননী : G.S.R. No. 732 (E) dt 29-10.2002, Amended vide GSR 191(E) dt 05-03-2003 (with effect from 01-04-2003)
75. Astemizole
Terfinadine

৭৫) এছটামাইজ’ল
টাৰ্ফিনাডাইন
জাননী : G.S.R
100 (E) dt 11-02-2003 (with effect from11-02-2003)
76. Fixed dose combination of Rifampicin, Isoniazid and Pyrazinamide, except those which provide daily adult dose given below: -
Drugs Minimum Maximum
Rifampicin 450 mg 600 mg
Isoniazid 300 mg 400 mg
Pyrazinamide 1000 mg 1500 mg”

৭৬) প্ৰাপ্তবয়স্কৰ বাবে দৈনিক তলত উল্লেখ কৰা
পৰিমাণৰ বাহিৰে ৰিফামপিচিন, আইচোনায়াজাইড আৰু পাইৰাজিনামাইডৰ নিৰ্দিষ্ট পৰিমাণৰ
মিশ্ৰণঃ
ঔষধ
|
নিম্নতম
|
উচ্চতম
|
ৰিফামপিচিন
|
৪৫০ মিলিগ্ৰাম
|
৬০০ মিলিগ্ৰাম
|
আইচোনায়াজাইড
|
৩০০ মিলিগ্ৰাম
|
৪০০ মিলিগ্ৰাম
|
পাইৰাজিনামাইড
|
১০০০ মিলিগ্ৰাম
|
১৫০০০ মিলিগ্ৰাম
|
এই তিনিওবিধ ঔষধ হাওঁফাওঁৰ যক্ষ্মা ৰোগৰ বাবে ব্যৱহাৰ কৰা
হয়। এইসমূহ এণ্টিবায়টিক। এণ্টিবায়টিকৰ অত্যাধিক/অপ্ৰয়োজনীয় ব্যৱহাৰে দেহত ৰোগ
প্ৰতিৰোধৰ ক্ষমতা লুপ্ত কৰিব পাৰে আৰু প্ৰয়োজনতকৈ কম পৰিমাণত ব্যৱহাৰ কৰিলে ৰোগ
নিৰাময় নহয়।
জাননী : G.S.R.
No. 780 (E) dt 01-10-2003 (with effect from 01-10-2003)
77. Phenformin for human use.
77. Phenformin for human use.
৭৭) মানৱ শৰীৰত ব্যৱহাৰৰ বাবে ফেনাফ’ৰমিন
জাননী : G.S.R.
No. 810 (E) dt 13-12-2004 (with effect from 13-12-2004)
78. Rofecoxib and its formulations for human use.

৭৮) মানৱ শৰীৰত ব্যৱহাৰৰ বাবে ৰোফেক’ক্সিৱ আৰু ইয়াৰ যিকোনো
ফৰ্মুলেছন
জাননী : G.S.R. No. 510 (E) dt 25-7-2005 (with effect from
25-7-2005)
79. Valdecoxib and its formulations for human use.

৭৯) মানৱ শৰীৰত ব্যৱহাৰৰ বাবে ভালডেক’ক্সিৱ আৰু ইয়াৰ যিকোনো
ফৰ্মুলেছন: অষ্টেৰয়ড প্ৰদাহৰোধী ঔষধৰ শ্ৰেণীবিভাগত পৰে। সাধাৰণতে বাতবিষ কমাবলৈ এই
ঔষধ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ যথেষ্ট পাৰ্শ্বক্ৰিয়া আছে। মূৰৰ বিষ, পেটৰ বিষ,
ডায়েৰিয়া, বমি, কিডনি ফেইল, হাৰ্ট ফেইল, বুকুৰ বিষ আদি মাৰাত্মক পাৰ্শ্বক্ৰিয়া
থকাৰ উপৰিও এনে বিষৰ বাবে আন সুৰক্ষিত ঔষধ থকাৰ বাবে এই ঔষধবিধ নিষিদ্ধ কৰা হয়।
ভালডেক’ক্সিৱ
জাননী : G.S.R. No. 499 (E) dt 4/5-7-2008 (with effect from
4/5-7-2008)
80. Diclofenac and its formulations for animal use.

৮০) মানৱ শৰীৰত ব্যৱহাৰৰ বাবে ডিক্ল’ফেনাক আৰু ইয়াৰ যিকোনো
ফৰ্মুলেছন
উপৰোক্ত ঔষধবিলাকৰ উপৰিও প্ৰসাধন সামগ্ৰী আৰু
আয়ুৰ্বেদিক ঔষধৰ অনুজ্ঞাপ্ৰাপ্ত দাঁত ঘঁহা পেষ্ট আৰু পাউদাৰত ধপাত মিহলি কৰাতো G.S.R. 443 (E) আৰু 444(E) 30.4.92 তাৰিখৰ
অধীনত নিষিদ্ধ ঘোষণা কৰা হয়।